এতেকে তোমালোকে দেশত চাৰিমাহ লৈকে বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলৰ অপদস্থকাৰী।


الصفحة التالية
Icon