তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে আৰু ৰাছুলক ওলাই দিয়াৰ বাবে সংকল্প কৰিছিল? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন যদি তোমালোকে (প্ৰকৃত) মুমিন।


الصفحة التالية
Icon