আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱা লৈকে আৰু কোনসকল লোক মিছলীয়া সেয়া তুমি নজনা লৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?


الصفحة التالية
Icon