আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে আৰু ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু অৰ্থসাহায্য কৰে কেৱল অনিচ্ছাকৃতভাৱে।


الصفحة التالية
Icon