আৰু সিহঁতে আল্লাহৰ নামত শপত লৈ কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁতে তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে ভয় কৰে।


الصفحة التالية
Icon