ভাল হ’লেহেঁতেন যদি সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাতে সন্তুষ্ট থকাহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও; নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।