সিহঁতৰ পূৰ্বৱৰ্তী নূহ, আদ আৰু ছামূদৰ সম্প্ৰদায়, ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদইয়ান লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ সিহঁতৰ ওচৰত অহা নাইনে? সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ সিহঁতৰ ৰাছুলসকল আহিছিল। এতেকে আল্লাহ এনেকুৱা নহয় যে, সিহঁতৰ ওপৰত অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।