আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই সৰ্বশ্ৰেষ্ঠ। এইটোৱেই মহাসাফল্য।