কিন্তু যিসকলে অভাৱমুক্ত হৈয়ো অব্যাহতি প্ৰাৰ্থনা কৰিছে, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল; আৰু আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে একো নাজানে।


الصفحة التالية
Icon