তোমালোকে সিহঁতৰ ওচৰত ঘুৰি আহিলে অচিৰেই সিহঁতে তোমালোকৰ ওচৰত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই সিহঁতৰ আবাসস্থল।


الصفحة التالية
Icon