আৰু মৰুবাসীসকলৰ কিছুমানে সিহঁতে যি আল্লাহৰ পথত ব্যয় কৰে সেয়া জৰিমনা বুলি গণ্য কৰে আৰু তোমালোকৰ বিপৰ্যয়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওঁক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।


الصفحة التالية
Icon