মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকলে প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।


الصفحة التالية
Icon