আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক উভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।


الصفحة التالية
Icon