আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে সিহঁতৰ প্ৰত্যেক দলৰ একাংশই কিয় নোলায়, যাতে সিহঁতে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া সিহঁতে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিব তেতিয়া সিহঁতৰ সম্প্ৰদায়ক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে সিহঁতে সতৰ্ক হয়।


الصفحة التالية
Icon