অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ নাওঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আৰু তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।