আৰু প্ৰত্যেকৰে একোটা দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সত্কামত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।


الصفحة التالية
Icon