নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক পান কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, সেয়া পান কৰোতাসকলৰ বাবে অতি তৃপ্তিকৰ।


الصفحة التالية
Icon