তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকসহ কোনো অঞ্চলক খহাই নিদিব বুলি অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলি? তাৰ পিছত তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক নাপাবা।


الصفحة التالية
Icon