নাৰী, সন্তান, সোণ-ৰূপৰ স্তূপ, চিহ্নিত ঘোঁড়া, গবাদি পশু আৰু খেতি পথাৰৰ প্ৰতি আসক্তি মানুহৰ ওচৰত সুশোভিত কৰা হৈছে। এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।


الصفحة التالية
Icon