তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাবৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল বিমুখ হৈ উভতি গ’ল।


الصفحة التالية
Icon