এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞঁৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱা কালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? অৱশ্যে তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰী সকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।


الصفحة التالية
Icon