তাৰ পিছত আমি কাৰূনক তাৰ প্ৰসাদসহ ভূগৰ্ভত পুতি পোলালো। তাৰ সপক্ষে এনে কোনো দল নাছিল যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।


الصفحة التالية
Icon