মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈয়ো বেছি ঘনিষ্ট, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে বেছি ওচৰত। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সূকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।


الصفحة التالية
Icon