সাৱধান! তোমালোকেই সেইসকল লোক, যি বিষয়ে তোমালোকৰ সামান্য জ্ঞান আছিল সেই বিষয়েও তোমালোকে তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞান নাই সেই বিষয়ে কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।


الصفحة التالية
Icon