এতেকে তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, তেওঁলোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে,


الصفحة التالية
Icon