তাৰ পিছত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰষ্কাৰ আৰু আখিৰাতৰ উত্তম পুৰষ্কাৰ প্ৰদান কৰিলে; আৰু আল্লাহে মুহছিনসকলক ভালপায়।


الصفحة التالية
Icon