যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।


الصفحة التالية
Icon