তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া যিসকলে পিছ হোঁহকা দিছিল, তেতিয়া সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ অনুসৰণ কৰিব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে অৱশ্যে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসাহে কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।


الصفحة التالية
Icon