তুমি সিহঁতৰ ওচৰত ওলাই নহা লৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লেহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।


الصفحة التالية
Icon