আৰু মই যি অৱতীৰ্ণ কৰিছো তোমালোকে তাৰ প্ৰতি ঈমান আনা। ই তোমালোকৰ ওচৰত যি আছে তাৰ সত্যতা প্ৰমানকাৰী। আৰু তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।


الصفحة التالية
Icon