আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰষ্কাৰ আৰু নূৰ; আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছে, সিহঁতেই জাহান্নামৰ অধিবাসী।


الصفحة التالية
Icon