যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱত আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আৰু আল্লাহ ক্ষমতাবান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।


الصفحة التالية
Icon