পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছো আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতক সিহঁতৰ অংশ দি দিয়া। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।


الصفحة التالية
Icon