আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিক ক’লে, ‘আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে’, সিহঁতে ক’লে, ‘তুমি আমাৰ লগত ধেমালী কৰিছা নেকি’? মুছাই ক’লে, ‘মই অজ্ঞসকলৰ অন্তৰ্ভূক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো’।


الصفحة التالية
Icon