বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকল তেওঁলোকৰ নিজ পৰিয়ালৰ ওচৰত কেতিয়াও উভতি নাহিব আৰু এই ধাৰণা তোমালোকৰ অন্তৰত প্ৰীতিকৰ বুলি ভাবিছিলা, আৰু এয়া বৰ নিকৃষ্ট ধাৰণা কৰিছিলা আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়!
الترجمة الأسامية