আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, তাৰ পিছত সিহঁতক ইয়াৰ পৰা কিছু দিলে সিহঁতে সন্তুষ্ট হয়, আৰু ইয়াৰ পৰা কিবা নিদিলে লগে লগে বিক্ষুব্ধ হয়।


الصفحة التالية
Icon