আল্লাহে অৱশ্যে নবী, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিলে, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল সংকটময় মুহূৰ্তত – তেওঁলোকৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হোৱাৰ পিছত। তাৰ পিছত আল্লাহে সিহঁতৰ তাওবা কবুল কৰিলে; নিশ্চয় তেওঁ সিহঁতৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।


الصفحة التالية
Icon