আৰু সিহঁতে সৰু বা ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেয়া সিহঁতৰ অনুকূলত লিপিবদ্ধ হয় – যাতে সিহঁতে যি কৰে আল্লাহে তাৰ উৎকৃষ্ট পুৰষ্কাৰ সিহঁতক প্ৰদান কৰিব পাৰে।


الصفحة التالية
Icon