سورة القدر

الترجمة الأسامية

Tafsir sa Sura القدر sa الأسامية gikan sa الترجمة الأسامية

الترجمة الأسامية

নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো;
তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?
লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।
تقدم القراءة