Terjemahan Surah Surah Al-Kauthar (Sungai Di Syurga) dalam الأسامية dari الترجمة الأسامية
Verse 1
ﮆﮇﮈ
ﮉ
নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।
Verse 2
ﮊﮋﮌ
ﮍ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।
Verse 3
ﮎﮏﮐﮑ
ﮒ
নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।
تقدم القراءة