سورة النصر

الترجمة الأسامية

Terjemahan Surah Surah An-Nasr (Pertolongan) dalam الأسامية dari الترجمة الأسامية

الترجمة الأسامية

যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,
আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোতে দেখিবা,
তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।
تقدم القراءة