Surah Al-'Asr in অসমীয়া
سورة العصر · Verses: 3 · Meccan
Translation: অসমীয়া translation (الترجمة الأسامية)
-
1
وَٱلۡعَصۡرِ
সময়ৰ শপত, -
2
إِنَّ ٱلۡإِنسَٰنَ لَفِي خُسۡرٍ
নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত, -
3
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَتَوَاصَوۡاْ بِٱلۡحَقِّ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ
কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।