ترجمة معاني سورة الكوثر باللغة الأسامية من كتاب الترجمة الأسامية . من تأليف: الشيخ رفيق الإسلام حبيب الرحمن . ﰡ ﮆﮇﮈ ﰀ নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। ﮊﮋﮌ ﰁ এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা। ﮎﮏﮐﮑ ﰂ নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।