Surah Al-Ma'un in অসমীয়া
سورة الماعون · Verses: 7 · Meccan
Translation: অসমীয়া translation (الترجمة الأسامية)
-
1
أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ
তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে? -
2
فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ
সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, -
3
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। -
4
فَوَيۡلࣱ لِّلۡمُصَلِّينَ
এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ, -
5
ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ
যিসকলে নিজৰ ছালাতত অমনোযোগী, -
6
ٱلَّذِينَ هُمۡ يُرَآءُونَ
যিসকলে আনক দেখুৱাবলৈহে কৰে, -
7
وَيَمۡنَعُونَ ٱلۡمَاعُونَ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।