Surah An-Nas in অসমীয়া
سورة الناس · Verses: 6 · Meccan
Translation: অসমীয়া translation (الترجمة الأسامية)
-
1
قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ
কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ -
2
مَلِكِ ٱلنَّاسِ
মানুহৰ অধিপতিৰ, -
3
إِلَٰهِ ٱلنَّاسِ
মানুহৰ ইলাহৰ ওচৰত, -
4
مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ
আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা, -
5
ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ
যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে, -
6
مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ
জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।