ترجمة معاني سورة القارعة باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
ﭴ
ﭵ
ভীতিপ্ৰদ মহা বিপদ।
آية رقم 2
ﭶﭷ
ﭸ
ভীতিপ্ৰদ মহা বিপদ কি?
آية رقم 3
ﭹﭺﭻﭼ
ﭽ
ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?
آية رقم 4
ﭾﭿﮀﮁﮂ
ﮃ
সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
آية رقم 5
ﮄﮅﮆﮇ
ﮈ
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।
آية رقم 6
ﮉﮊﮋﮌ
ﮍ
এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব,
آية رقم 7
ﮎﮏﮐﮑ
ﮒ
তেওঁ থাকিব সন্তোষজনক জীৱনত;
آية رقم 8
ﮓﮔﮕﮖ
ﮗ
আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব,
آية رقم 9
ﮘﮙ
ﮚ
তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
آية رقم 10
ﮛﮜﮝﮞ
ﮟ
আৰু তুমি কি জানা সেইটোনো কি?
آية رقم 11
ﮠﮡ
ﮢ
ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
تقدم القراءة