ترجمة سورة الإخلاص

الترجمة الأسامية
ترجمة معاني سورة الإخلاص باللغة الأسامية من كتاب الترجمة الأسامية .
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
Icon