ترجمة معاني سورة التين باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
ﰡ
آية رقم 1
ﭫﭬ
ﭭ
শপত তীন আৰু যায়তুনৰ,
آية رقم 2
ﭮﭯ
ﭰ
শপত চিনাই পৰ্বতৰ,
آية رقم 3
ﭱﭲﭳ
ﭴ
শপত এই নিৰাপদ নগৰখনৰ,
آية رقم 4
ﭵﭶﭷﭸﭹﭺ
ﭻ
নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো,
آية رقم 5
ﭼﭽﭾﭿ
ﮀ
তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো,
آية رقم 6
কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান।
آية رقم 7
ﮋﮌﮍﮎ
ﮏ
এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?
آية رقم 8
ﮐﮑﮒﮓ
ﮔ
আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু?
تقدم القراءة