الإنجليزية - English
الفرنسية - Français
الإسبانية - Español
البرتغالية - Português
الألمانية - Deutsch
الإيطالية - Italiano
التركية - Türkçe
الإندونيسية - Bahasa Indonesia
الفلبينية - Tagalog
الفارسية - فارسی
الأردية - اردو
البنغالية - বাংলা
الكردية - Kurdî / كوردی
البشتوية - پښتو
البوسنية - Bosanski
الألبانية - Shqip
الأوكرانية - Українська
الصينية - 中文
الأويغورية - Uyƣurqə / ئۇيغۇرچە
اليابانية - 日本語
الكورية - 한국어
الفيتنامية - Vèneto
الكازاخية - Қазақша
الأوزبكية - Ўзбек
الأذرية - Azərbaycanca / آذربايجان
الطاجيكية - Тоҷикӣ
الهندية - हिन्दी
المليبارية - മലയാളം
الغوجراتية - ગુજરાતી
الماراتية - मराठी
التلجوية - తెలుగు
التاميلية - தமிழ்
السنهالية - සිංහල
الأسامية - অসমীয়া
الخميرية - ភាសាខ្មែរ
النيبالية - नेपाली
التايلاندية - ไทย / Phasa Thai
الصومالية - Soomaaliga
الهوساوية - هَوُسَ
الأمهرية - አማርኛ
اليورباوية - Yorùbá
الأورومية - Oromoo
الفنلندية - Suomi
ماراناو - Maranao
فلمكني (هولندية) - Nederlands
النرويجية - Norsk (bokmål / riksmål)
البولندية - Polski
الرومانية - Română
الروسية - Русский
تتاري - Tatarça
السواحلية - Kiswahili
لغة الملايو - Bahasa Melayu
تشيكي - Česky
المالديفية - ދިވެހިބަސް
السويدية - Svenska
العبرية - עברית
الجورجية - ქართული
الصربية - Српски
اللوغندية - Oluganda
الإنكو بامبارا - ߒߞߏ – ߞߊ߲ߡߊߛߙߋ
যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰে (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনায়। এইটো এই বাবে যে, সিহঁতে কয়, ব্যৱসায়-বানিজ্য সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ পৰা উপদেশ অহাৰ পিছত বিৰত হ’ল, তেন্তে অতীতত যি হৈছে সেয়া তাৰ বাবেই ইচ্ছাধীন; আৰু তাৰ হিচাপ নিকাচ আল্লাহৰ ওচৰত; আৰু যিসকলে অমান্য কৰি উভতি যাব সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
الترجمة الأسامية