سورة قريش

الترجمة الأسامية

الترجمة الأسامية ৰ পৰা الأسامية ত সূৰা قريش ৰ অনুবাদ

الترجمة الأسامية

Verse 1
যিহেতু ক্বুৰাইছসকল অভ্যস্ত,
Verse 2
শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।
Verse 3
এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।
যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।
تقدم القراءة